- - - |
দৈনন্দিন জীৱনত বিজ্ঞান
আৰম্ভিণি: কোনো বিষয়ৰ ওপৰত শৃঙ্খলাবদ্ধ আৰু বিশ্লেষণাত্মক জ্ঞানেই বিজ্ঞান। আধুনিক যুগটো হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানৰ নানান আৱিষ্কাৰসমূহে আমাৰ জীৱনটো অধিক নিৰাপদ, সহজ আৰু আৰামদায়ক কৰি তুলিছে।
দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান: আজি বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো বিষয় আৰু দিশকেই সাঙুৰি লৈছে, যথা:
প্ৰথমে আমি আমাৰ যোগাযোগ মাধ্যমৰ কথাকেই ক’ব পাৰো । বৰ্তমান যুগত আমাৰ যোগাযোগ ব্যৱস্থাটো ইমানেই উন্নত হৈছে যে ই আমাৰ পৃথিৱীৰ ৰূপটোকে সলনি কৰি দিছে। আগৰ যুগত মানুহে নিজৰ পিঠিত, জন্তুৰ পিঠিত বা ঘোঁৰা-গাড়ী, গৰু-গাড়ী আদিৰ সহায়ত বোজা কঢ়িয়াইছিল। মানুহেও খোজকাঢ়ি বা জন্তুয়ে টনা গাড়ীত উঠি এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হৈছিল। কিন্তু তাৰ পৰিবৰ্তে আজিকালি আমি মটৰ গীাড়ী, ৰেল গাড়ী, উৰাজাহাজ, ট্ৰাম গাড়ী আদি পাইছো। এই সকলোবোৰ বিজ্ঞানৰেই অৱদান। এইবোৰৰ উপৰিও আমি যোগাযোগৰ মাধ্যম হিচাপে টেলিফোন, মোবাইল ফোন, ৰেডিঅ, টেলিভিচন, কম্পিউটাৰ আদি পাইছো। এইবোৰে আমাৰ যোগাযোগ মাধ্যমবোৰ দ্ৰুতৰ পৰা দ্ৰুততৰ কৰি পেলাইছে আৰু গোটেই বিশ্বখনক আজি আমি সহজে ঢুকি পোৱা এক গোলকীয় গাঁৱত পৰিণত কৰিছে।
দ্বিতীয়তে, চিকিৎসাৰ জগতখনৰ কথা ক’ব পাৰি। চিকিৎসাৰ জগতখনত বিজ্ঞানৰ অৱদান ইমান বৃদ্ধি পাইছে যে আজি আৰু কোনো বেমাৰেই দূৰাৰোগ্য হৈ থকা নাই। বিজ্ঞানে সকলো ৰোগৰ প্ৰতিকাৰ সম্ভৱ কৰি তুলিছে। আজি আমাৰ শৰীৰখনক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ এক্সৰে , জেৰক্স , আল্ট্রা-চাউণ্ড আদি নানান যন্ত্ৰ আৰু আহিলা পাইছো। এই সকলোবোৰ বিজ্ঞানৰে অৱদান।
তৃতীয়তে, বিজ্ঞানে ৰাতিপুৱা শুই উঠাৰ পৰা প্ৰয়োজনীয় সকলো বস্তুৰ যোগান ধৰিছে আৰু আমাৰ জীৱনটোক সহজৰ পৰা সহজতৰ, আৰু আৰামৰ পৰা অধিক আৰামদায়ক কৰি তুলিছে। এক কথাত ক’বলৈ গ’লে বিজ্ঞান আমাৰ বিশ্বস্ত ভৃত্যত পৰিণত হৈছে। উদাহৰণ স্বৰুপে এলাৰ্ম ঘড়ীয়ে আমাক আমাৰ ইচ্ছামতে টোপনিৰ পৰা জগাইছে,বৈদ্যুতিক আখলে আমাৰ আহাৰ তৈয়াৰ কৰি দিছে, টেলিভিচন, ৰেডিঅ, ইন্টাৰনেট আদিয়ে প্ৰতি মূহুৰ্তৰ বাতৰি মূহুৰ্তত দি আছে।
বিজ্ঞানৰ ব্যৱহাৰে আমাক বিশ্ব-ব্রমাণ্ডৰ ৰহস্য উদ্ঘাটন কৰি আমাৰ কৌতুহল নিবৃত কৰিছে। আনকি বিজ্ঞানৰ সহায়ত বিজ্ঞানিকসকলে মহাকাশলৈ ৰকেট পঠাবলৈয়ো সমথবাৰ্ন হৈছে।
সামৰণি: নিঃসন্দেহে বিজ্ঞানে আমাৰ জীৱন অধিকতৰ আৰামদায়ক কৰিছে। কিন্তু ইয়াৰ বিপৰীতে ই আমাৰ জীৱনলৈ জটিলতা আৰু কৃতিমতাও আনয়ন কৰিছে। অৱশ্যে ইয়াৰ বেয়া দিশেবাৰতকৈ ভাল দিশবোৰ নিশ্চয় অধিক। 0 0 0
বি. দ্র. উক্ত ‘ দৈনন্দিন জীৱনত বিজ্ঞান | Science in Everyday Life Essay in Assamese ‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘ অসমীয়া ৰচনা শিক্ষা ‘ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
Some Important Books for Students:
অতিৰিক্ত অনুসন্ধান:
বাতৰি কাকত | batari kakat | newspaper essay in assamese, পৰিবেশ প্ৰদূষণ ৰচনা | paribesh produkhan, অসমৰ ক্রীড়া জগত অথবা অসমত খেল ধেমালিৰ পৰিৱেশ | asomor krira jagat essay in assamese, leave a reply cancel reply.
Save my name, email, and website in this browser for the next time I comment.
অসমৰ ক্রীড়া জগত অথবা অসমত খেল ধেমালিৰ পৰিৱেশ | asomor krira..., popular category.
আজিৰ যুগ বিজ্ঞানৰ যুগ। বিজ্ঞান অবিহনে এতিয়া আমি জীৱন ধাৰণৰ কথা কল্পনাই কৰিব নোৱাৰো। জল-স্থল, আকাশ-বতাহ সকলোতে আজি কেৱল বিজ্ঞানৰে ৰাজত্ব। বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি। বিজ্ঞান অবিহনে আমি সকলো অন্ধ।মানুহ প্ৰকৃতিৰ দাস। কিন্তু বিজ্ঞানে আজি প্ৰকৃতিকহে মানুহৰ দাসৰ দৰে কৰি পেলাইছে ।
অতীজত মানুহে হাবি-বননি,পৰ্বতৰ গুহাত বাস কৰিছিল। তেওঁলোকে চিকাৰ কৰি কেঁচা মঙহ ভক্ষণ কৰিছিল। লাহে লাহে মানুহে জুইৰ আৱিষ্কাৰ কৰি ব্যৱহাৰ কৰিবলৈ শিকিলে, ঘৰ বান্ধিবলৈ শিকিলে, খেতি-বাতি কৰিব জনা হ'ল।বিজ্ঞানে গোটেই পৃথিৱীখনক এখন ক্ষুদ্র গাঁৱলৈ ৰূপান্তৰিত কৰিছে। বিশ্বৰ যি কোনাে প্রান্ততে ঘটা ঘটনা গম পাবলৈ এতিয়া আমাক বেছি সময় নালাগে। বিজ্ঞানে আমাক সকলো দিছে। ছপাশাল, ৰেল-ইঞ্জিন, মটৰগাড়ী, ৰেডিঅ’, টেলিভিচন, বিজুলী বাতি আদিৰ আৱিষ্কাৰে সকলো কাম-কাজেই সহজ কৰি পেলালে। খ্রীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষৰ পৰা উনবিংশ শতিকাৰ আদি ভাগতে বিজ্ঞানৰ বহু ন ন বস্তু আৱিস্কাৰ হৈছিল। এই সময়ছোৱাত বিজ্ঞানে মানৱ জাতিক বহুদূৰ আগুৱাই লৈ গ’ল। সেয়ে এই সময়ছোৱাক বিজ্ঞানৰ সােণালী যুগ বুলি কোৱা হয়। বিজ্ঞানে মানুহৰ মনৰ পৰা অন্ধবিশ্বাস আঁতৰাই সমাজখনক এক নতুন মাত্ৰা দিছে। বিজ্ঞানে গ্রহ-নক্ষত্ৰৰ সন্ধান দিছে। বিজ্ঞানে চিকিৎসাৰ ক্ষেত্ৰতো আমূল পৰিবৰ্তন সাধন কৰিছে। বিজ্ঞানৰ বাবেই মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে। ‘জেনেটিকচ' প্ৰযুক্তি বিদ্যাতো বিজ্ঞানৰ দান অপৰিসীম। ভাৰতীয় বিজ্ঞানী ডঃ হোৰগোবিন্দ খোৰানাই টেষ্ট টিউবৰ ভিতৰতে মানুহ সৃষ্টি বাবে পৰীক্ষা-নিৰিক্ষা চলাইছিল। এই ক্ষেত্ৰত বৰ্তমান বিজ্ঞানী সকলে বহু সফলতা লাভ কৰিছে। মানুহৰ দ্বাৰাই টেষ্ট টিউবৰ ভিতৰতে ভ্ৰুণ সন্তান তৈয়াৰ কৰা সম্ভৱ উঠিছে। কৃষিৰ ক্ষেত্ৰতো বিজ্ঞানে নতুনত্ব আনিছে। কম মাটিত অধিক উৎপাদনৰ ব্যৱস্থা সম্ভৱ হৈছে। খেতি- বাতিৰ বাবে বিভিন্ন ধৰণৰ আহিলা-পাতি আৱিষ্কাৰ কৰা হৈছে।
বিজ্ঞানৰ নেতিবাচক দিশ
সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই থাকে। বিজ্ঞানে যিদৰে আমাক সভ্যতাৰ চৰম শিখৰলৈ লৈ গৈছে, আনফালে ই মানৱজাতিৰ ধ্বংসৰ কাৰণ হৈ পৰিছে। পাৰমাণবিক অস্ত্র-শস্ত্র, বােমা-বাৰুদ আদিৰ আৱিষ্কাৰে বিজ্ঞানে মানুহৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিছে। পাৰমাণৱিক অস্ত্র-শস্ত্ৰৰ প্রয়ােগে মানুহৰ জীৱন নিমিষতে শেষ কৰি দিব পাৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিৰোছিমা আৰু নাগাচাকিত পাৰমাণৱিক বােমা বিস্ফোৰণৰ ফল আজিও সেই ঠাইৰ মানুহে ভূগি আছে।আনহাতে, কীটনাশক দ্রব্য, ৰাসায়নিক সাৰে মাটিৰ উৰ্বৰতা বঢ়াই শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ বিপৰীতে মাটিৰ প্রদূষণ কৰি ভৱিষ্যৎ জীৱনলৈ হতাশা কঢ়িয়াই আনিছে। কল কাৰখানাৰ আৱৰ্জনাই বায়ু প্ৰদূষণ কৰিছে। কৃত্রিম উপগ্রহ আৰু ৰকেটৰ ব্যৱহাৰে আমাৰ পৃথিৱীখনক এক ভয়াবহ পৰিস্থিতিলৈ লৈ গৈছে।
সকলোৰে নেতিবাচক দিশটো বাদ দি আমি ইতিবাচক দিশক আঁকোৱালি ল’ব লাগে।বিজ্ঞানৰ ক্ষেত্ৰটো একেই।বিজ্ঞান এটা শক্তি। ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ’ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই।সেয়ে আমি সকলোয়ে মানৱ জাতিৰ কল্যাণৰ বাবে বিজ্ঞানক ব্যৱহাৰ কৰি জাতিটোৰ সমস্যা দূৰ কৰাৰ চেষ্টা কৰিব লাগে।
মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান ৰচনা | The Contribution of Science to The Development of Human Civilization Essay in Assamese | Manab Sabhyatar Kroma Bikashot Bigyanor obodan Axomiya Rosona
Table of Contents
মানৱ সমাজৰ বৌদ্ধিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি সকলো দিশতে ঘটা উত্তৰণকে চমুকৈ মানৱ সভ্যতাৰ ক্ৰমবিকাশ বুলিব পাৰি। এই ক্ৰমবিকাশত বিজ্ঞানৰ অৱদান অতি গুৰুত্বপূৰ্ণ। বিজ্ঞানৰ আৱিষ্কাৰ সমূহে মানৱ সমাজক সভ্যতাৰ চূড়ান্ত শিখৰত উপনীত কৰাইছে।
আদিম অৱস্থাৰ পৰা বৰ্তমান অৱস্থালৈকে মানৱ সভ্যতাৰ ক্ৰমবিকাশত বিজ্ঞানৰ যিমানবোৰ অৱদান আছে, তাক এখন ৰচনাত লিখি শেষ কৰিব পৰাটো সম্ভৱ নহয়। তাৰে কিছুমান উল্লেখযোগ্য অৱদানৰ বিষয়ে আলোচনা কৰা হৈছে ।
বিভিন্ন ধৰণৰ যান-বাহন, ৰেল, জাহাজ, উৰাজাহাজ আদিৰ আৱিষ্কাৰে যাতায়াত ব্যৱস্থাত আমূল পৰিবৰ্তন আনিলে। এই উন্নত মানৰ যাতায়াতৰ মাধ্যম সমূহে গোটেই পৃথিৱীখনকে পৰিভ্ৰমণ কৰাৰ পথ সূচল কৰিলে ।
যোগাযোগৰ ক্ষেত্ৰতো বিজ্ঞানৰ অৱদান যথেষ্ট। টেলিগ্ৰাম, টেলিফোন, ছপাশাল, ৰেডিঅ’, টেলিভিশ্যন আদিৰ উপৰিও বৰ্তমান যুগৰ মোবাইল, কম্পিউটাৰ, ইন্টাৰনেট আদিয়ে মুহুৰ্ততে পৃথিৱীৰ যি কোনো ঠাইৰ মানুহৰ লগত যোগাযোগ সম্ভৱ কৰি তুলিলে।
অৰ্থনৈতিক বিকাশৰ ঘাই দিশ সমূহ যেনে- কৃষি, শিল্প, বাণিজ্য আদি সকলো দিশতে বিজ্ঞানৰ অৱদান অপৰিসীম। বিজুলি বাতিৰ আৱিষ্কাৰে কেৱল পৃথিৱীখনকে পোহৰাই তোলা নহয়, অনেক কল কাৰখানা, উদ্যোগ আদি প্ৰতিষ্ঠা কৰাত সহায় কৰিলে। কৃষিৰ ক্ষেত্ৰতো অনেক যন্ত্ৰপাতি, সাৰ, কীটনাশক দ্ৰব্য আদিৰ আৱিষ্কাৰে মানুহৰ কষ্ট লাঘৱ কৰাৰ লগতে উৎপাদন বৃদ্ধিত অৰিহণা যোগাইছে।
উপৰুক্ত অৱদান সমূহৰ বাহিৰেও মানুহৰ দৈনন্দিন জীৱনত ব্যৱহৃত অনেক সা-সামগ্ৰী যেনে- ৰন্ধন গেছ, ৰিফ্ৰিজাৰেটৰ (ফ্ৰিজ), ফেন, হিটাৰ, কাপোৰ ধোৱা মেচিন আদিকে ধৰি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱাৰ সময়লৈকে যিমানবোৰ বস্তু ব্যৱহাৰ কৰা হয়, প্ৰায়বোৰেই বিজ্ঞানৰ আৱিষ্কাৰৰ ফল। বিজ্ঞানৰ আৱিষ্কাৰ সমূহে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিলে।
বিজ্ঞানৰ অৱদান সমূহৰ বাবেই মানৱ সমাজ আজিৰ এই অৱস্থাত উপনীত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি কৌশলৰ সহায়ত মানুহে জল, স্থল, আকাশ, বতাহ সকলোতে আধিপত্য স্থাপন কৰি ইতিহাস সৃষ্টি কৰিছে। শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আদি সকলো দিশতে যি উন্নতি হৈছে, সেয়া কেৱল বিজ্ঞানৰ বলতে হৈছে।
Related posts.
ছাত্ৰৰ কৰ্তব্য ৰচনা | duties of student assamese essay , leave a comment cancel reply.
You must be logged in to post a comment.
Assamese Essay | অসমীয়া ৰচনা can be of great value to excel in the examination. AHSEC Guideline gives you a better knowledge of all the Essay. You can get all Essays to Prepare for Class 6 to 12 and Other Competitive Exams at both basic and advanced levels. One of the best ways to your board exams is by practicing Assamese Essay.
These are the general essay topics that are most likely to be asked in the exam. Some of these essay topics are also picked from past year papers. Students of Class 6 to 12 can go through these Essay in Assamese and know the right way of expressing their thoughts to form a perfect essay.
Apart from the NCERT/CBSE/SCERT, students of SEBA , AHSEC , and Competitive Examination can also use these topics to prepare for their exams.
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
শাৰীৰিক আৰু মানসিক বাধাগ্ৰস্ততা নেওচি জীৱনৰ…
Read More »
বিহু ৰচনা | Bihu Essay Class…
অসমৰ কুটীৰ-শিল্প ৰচনা | Cottage Art…
বায়ু প্ৰদূষণ ৰচনা | Air Pollution…
শৰৎ কাল ৰচনা | Autumn Season…
জলবায়ু পৰিৱৰ্তন ৰচনা | Climate Change…
Hs 2nd year rosona book
Can you make one on assamese book essay in assamese
Your email address will not be published. Required fields are marked *
A Store For Every Student's Need.
এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।
November 30, 2021 by Souvik Leave a Comment
1. মই ভালপোৱা এখন গ্ৰন্থ ৷ ৷ My Favorite Book
2. অসমৰ প্ৰাকৃতিক সম্পদ ।। Natural Resources of Assam
3. স্বাধীনতা দিৱস ।। Independence Day
4. চুকাফা দিৱস || Sukafa Divas || Asom Divas|| অসম দিৱস
5. মোৰ প্ৰিয় সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
6. গণৰাজ্য দিৱস || Republic Day || 26 January 2022
7. Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
8. নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose
9. চিপকো আন্দোলন ।। Chipko movement 26 March
10. Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ
11. লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese
12 . বিশ্ব শিশু দিৱস ।। শিশু দিৱস কিয় পালন কৰা হয়
13. পুথিভঁৰাল | | অসমীয়া ৰচনা
14. ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা
15. ভূপেন হাজৰিকা ৰচনা | | Bhupen Hazarika Essay in Assamese
16 . ড°এ.পি.জে.আব্দুল কালামৰ বিষয়ে ৰচনা || Essay on Dr. A.P.J Abdul kalam in Assames e
17 . মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese
18 . অসমৰ বানপানী, ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ || Flood in Assam, Causes and Remedies Essay in Assamese
19 . লক্ষ্মীনাথ বেজবৰুৱা || Lakshminath Bezbaroa Essay in Assamese
20. অসমৰ জাতীয় উৎসৱ বিহু
21. Mother Teresa Essay in Assamese || মাদাৰ টেৰেছা
22. ১৫০ মহৎ লোকৰ বাণী || Famous Quotes by Great People
23. মোৰ প্ৰিয় খেল || My Favorite Game Essay in Assamese
24. বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে ৰচনা || Essay on Bishnu Prasad Rabha
25 . অসমৰ নিবনুৱা সমস্যা || Unemployment Problem in Assam essay in Assamese – click here
26. Sri Sri Madhavdeva || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা – click here
27. স্বাধীনতা দিৱসৰ বিষয়ে বক্তৃতা ।। Independent Day speech in Assamese – click here
28. চন্দ্ৰয়ান-৩ বিষয়ে ৰচনা ।। Chandrayaan 3 Essay in Assamese – click here
29. পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ – click here
30. ৰামানুজনৰ ওপৰত ৫০০+ শব্দৰ ৰচনা – click here
31. দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science in Everyday Life Essay in Assamese – click here
32. কনকলতা বৰুৱা || Essay on Kanaklata Barua in Assamese – click here
33. নৱকান্ত বৰুৱা || Nabakanta Barua Essay in Assamese – click here
34. মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ || Alcohol and it’s Impact of on Society – click here
Reader interactions, leave a reply cancel reply.
Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।
Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.
Paragraph on science in daily life: A modern man can’t even think of a life without science. Without science our life is unimaginable. In this article, you are going to learn how to write a paragraph on science in daily life in English. We’ve provided here 4 paragraphs on this topic (100, 150, 200, and 250 words). All the paragraphs will be helpful for students of all classes. So, let’s begin.
Science is the greatest gift to mankind. Our daily life is very much dependent on science. From morning to night, science plays an important role in our daily life. Science has given us Television, radio, mobile phone, computers, laptops, internet.
Electrical appliances like Fans, Lights, Washing machines, refrigerators, geysers, Irons, heaters etc. add extra comfort to our life.
Now, with the help of advanced medical science, it is possible to treat many fatal diseases. Science has made traveling more enjoyable. Bus, Train, Car, Auto rickshaw, Motorcycle all are the gift of science. We can’t imagine living without science even for a moment.
Science is a great aid to modern life. A modern man lives on the lap of science. This is his help-mate and companion in his daily life. The numerous gifts of science bless him from the early morning till the late night.
He begins his morning with the alarm clock, the toothbrush, the tap water, the cup of tea and the newspaper. They are all the results of the great inventions of science.
Again, his dress, vehicles, telephone and cooking appliances are all operated by science. When he feels sick, the wonderful drugs of science relieve him. When he feels tired, radio, cinema and television cheer him up. These are all mighty creations of science. Modern life is impossible without them.
Also Read: Essay on Wonders of Science
We have been really living in the age of science and technology. Many scientific inventions wonder us in the modern ape and we get the benefit and advantage of it at every step of our daily life. Thus it has made our life easy and comfortable. We wake up in the morning by the sweet sound of an alarming clock. The cheering thin that we drink in the morning is tea and it is the contribution of science. We clean our teeth with brush and paste and those keep our teeth free from germs.
The daily newspaper satisfies our hunger for information of the whole world and that is the product of science. So are the books that give us the power of knowledge. Electricity is one of the invaluable gifts of science. We get light and enjoy fans. TVs, radios, refrigerators, washing machines, heaters, etc. make our life enjoyable and comfortable.
The Discovery of medicines by science cures many deadly diseases. In the field of surgery also science has wonderful contribution. Trains, buses, and planes save our valuable time. They have made our life faster. Paper, pen, ink- all these things of our everyday life we owe to science. Communication has become extremely easy after the invention of computers and mobiles.
Also Read: Paragraph on My Aim in Life
Science plays an important part in our daily life. The first thing that cheers us in the morning every day is tea, and it is science that has given us this stimulating drink.
Then comes the newspaper to satisfy our hunger for information, and it is also a product of science. The items of news are gathered from all over the world through scientific processes such as telex, fax, and e-mails. They are then printed on a mass scale in printing presses. The paper on which these are printed are produced from pulps by science.
So are books, which are the sources of knowledge. Then come meals, all materials of which are the products of agricultural science. They are made available to us through trains, trucks and ships which are all great scientific inventions.
The clothes we wear, waterproof that shields us from rain, shoes that protect our feet areal manufactured by machines invented by the power of science. The transport we use – buses, trams, trains, cars or cycles all are the blessings of science.
On returning home, we relax in front of TV and radio and sometimes we go to the cinema. There are electric lights, fans, cookers, refrigerators to make home life enjoyable and comfortable. Telephones and e-mails establish instant communication with our near and dear ones.
We have now good medicines for many diseases which were fatal only a few years back. Thanks to science for giving us all these to make our life comfortable.
More Important Paragraphs: 1. Paragraph on Early Rising 2. Paragraph on My Best Friend 3. Paragraph on Discipline 4. My School Paragraph in English
11 thoughts on “paragraph on ‘science in daily life’ | 100, 150, 200, 250 words”.
Nice Paragraphs.
Thank You Zakir Hossain
Greetings! Very useful advice within this article! It is the little changes that produce the largest changes. Thanks for sharing!
It’s an amazing piece of writing in support of all the online users; they will get advantage from it I am sure.
I was suggested this blog via my cousin. I am no longercertain whether or not this post is written by him as no one else know suchdistinct about my trouble. You are amazing!Thank you!My blog; adult acne treatment
you customize it your self? Either way stay up the nice quality writing, it as uncommon to see a great blog like this
There is certainly a lot to know about this topic. I love all of the points you’ve made.
Really enjoyed this blog article.Thanks Again. Cool.
Thanks for sharing, this is a fantastic blog post. Want more.
Thanks so much for the post.Really thank you! Really Great.
Thanks for the post.Thanks Again. Really Great.
Sri Sankardev, also known as Srimanta Sankardeva, stands as a remarkable figure deeply immersed in spirituality and culture. He played a pivotal role in establishing the Neo-Vaishnavite faith and made enduring contributions to Assamese culture.
Also, Read Here :
Born in 1449 in what is now Assam, India, his life was characterized by a profound spiritual journey, artistic brilliance, and a strong commitment to fostering social and religious change.
Sri Sankardev took his first breath in the serene village of Alipukhuri in the North Kamrup region of Assam. His parents, Kusumvar Bhuyan and Satyasandhya, were devout Hindus. His father, a respected Brahmin scholar, and his mother, known for her piety and wisdom, played a crucial role in shaping Sankardev’s spiritual and intellectual path. Growing up in a nurturing and religious environment laid the foundation for his future contributions.
Under the guidance of his father and other learned scholars of his time, Sankardev received his early education. Displaying exceptional intellect and a natural inclination toward religious and philosophical matters, he mastered the Vedas and classical scriptures at a young age. His education extended beyond traditional religious teachings, encompassing various art forms such as music, dance, and drama. This comprehensive education became the cornerstone of his efforts to promote a harmonious blend of spirituality and culture.
A transformative pilgrimage to Puri in Odisha marked a turning point in Sankardev’s life. Profound spiritual experiences during this journey inspired him to embark on a mission of religious and social reform. Recognizing the need to rekindle and reinterpret Vaishnavism, he emphasized devotion to Lord Krishna in his teachings. Stressing the importance of devotion, simplicity, and a personal connection with God, Sankardev’s teachings resonated with the masses.
Upon returning to Assam, Sankardev initiated his mission by composing devotional songs and creating a new form of devotional drama known as “Ankia Naat.” These cultural expressions became powerful tools for conveying spiritual messages to people in an accessible and engaging manner. He also established monastic orders called “satras” to spread his teachings and serve as centers of learning and cultural preservation. Sri Sankardev Essay
Sankardev’s contributions to Assamese culture are immeasurable. He enriched Assamese literature with his devotional and philosophical works. His songs and poetry, collectively known as “Borgeets,” continue to be an integral part of Assamese cultural and religious heritage. The “Ankia Naat” plays, frequently performed during religious festivals, combine music, dance, and storytelling, remaining a cherished form of traditional Assamese theater.
Sankardev’s impact extended beyond the religious and cultural spheres. Diligently working to bridge societal divides, he advocated for social harmony and inclusiveness. His teachings transcended caste and creed, promoting unity and devotion as the ultimate paths to salvation. Sri Sankardev Essay
Sri Sankardev’s life and teachings serve as a perennial source of inspiration and guidance, not only in Assam but also across the Indian subcontinent. He laid the groundwork for the Neo-Vaishnavism , emphasizing devotion, cultural richness, and social cohesion. His enduring legacy lives on through the cultural and religious expressions he nurtured, leaving a profound impact on Assamese society. Sri Sankardev’s life is a testament to the transformative power of spirituality, art, and social reform, rendering him a revered figure in the history of Assam and India as a whole. Sri Sankardev Ess
Hello dear, can we exchange backlinks of our websites with each other. Please reply if you are interested. I also have an education website, so there will be no problem in exchanging backlinks and Google will index our backlink quickly and our website will also rank.
Stay conneted with us.
Latest posts.
Even more news.
দৈনন্দিন জীৱনৰ বিজ্ঞানৰ প্ৰভাৱ
You may like these posts.
Mukhya mantrir nijut moina scheme, all subject solutions, b.com eng medium / ass medium, hs arts solution ( একাদশ/দ্বাদশ শ্ৰেণী ), hs commerce solutions (বানিজ্য), hs science solutions (বিজ্ঞান), seba board solutions (নৱম আৰু দশম), scert assam solutions (চৰকাৰী বিদ্যালয়), sankardev school solutions, assam jatiya bidyalay, ncert all solutions, আমাৰ অসম, social plugin.
Contact form.
Science in everyday life science has influenced each and every aspect of man’s life. wonders of science are uncountable. machines and gadgets invented and made with the help of science are ubiquitous. there is not a single moment in man’s life that is without machines and gadgets. can man imagine living without science even for a moment the truth is no machines, gadgets, vehicles, smart-phones, tabs, laptops, ac, blower, geyser, and whatnot, science makes man’s life convenient, comfortable, and comfortable. computers, the internet, it revolution, e-governance, smart-cities, smart-classes, digitization of the economy, advanced medication, online learning, acs, heaters, tvs, comfortable cars, buses, trains, aeroplanes, and many more, all are gifts of science to mankind. science is helping man unravel the mysteries of the universe. science is helping man find a cure for deadly diseases. science has the potential to solve all of man’s problems and challenges provided it is put to the right use. but this potential is not being explored. man is busy misusing science. for example, our planet earth has so much uranium, thorium, plutonium, etc. that if used optimally, abundant power can be generated for all the people living in all the countries of the planet. all the problems pertaining to pollution, environmental degradation, etc. can be solved using science. all the cities of the world can be converted into smart cities using science; all the vehicles that emit toxic gases can be converted into zero-emission vehicles using science; all the sewage, garbage, effluents, toxic fumes coming out of chimneys can be turned into non-polluting substances using science. however, this is being done only in the most advanced countries of the world. man should use science only for the welfare of mankind..
দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ৰচনা | বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নতিৰ ফলত নিতৌ নতুন নতুন বস্তুৰ উদ্ভাৱন হৈছে, যিবোৰ আমাৰ দৈনন্দিন জীৱন যাপনৰ ...
This essay will delve into various examples illustrating how science affects our everyday life, ranging from technological advancements to health and education, emphasizing the pivotal importance of science in our contemporary world. How Science Affects Our Everyday Life: Technology at Home: In the comfort of our homes, science is omnipresent.
বি. দ্র. উক্ত ' দৈনন্দিন জীৱনত বিজ্ঞান | Science in Everyday Life Essay in Assamese ' ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ' অসমীয়া ৰচনা শিক্ষা ' গ্রন্থৰ অন্তর্গত।
Read Also: মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান ৰচনা | The Contribution of Science to The Development of Human Civilization Essay in Assamese বিজ্ঞানৰ অৱদান. মানুহৰ দৈনন্দিন জীৱনৰ কৰ্ম-প্রণালী আৰু জীৱন-যাত্রা ...
দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science In Everyday Life Essay In Assamese; দৈনন্দিন জীৱনত বিজ্ঞানৰ কুফল ; দৈনন্দিন জীৱনত বিজ্ঞানৰ সুফল
Home Assamese Essay দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ অসমীয়া ৰচনা ... The impact of science on everyday life Essay In 1500 Words | দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ . Tags: Assamese Essay. Facebook; Twitter; Newer.
Assamese Essay: শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থী. বিজ্ঞানৰ অৱদান. আজিৰ যুগ বিজ্ঞানৰ যুগ। বিজ্ঞান অবিহনে এতিয়া আমি জীৱন ধাৰণৰ কথা কল্পনাই কৰিব ...
SEBA Social Science Class 6 to 10 Combo Pack (English and Assamese) Vidhan Sabha Election Process Essay in Assamese | বিধান সভাৰ নিৰ্বাচন প্ৰক্ৰিয়া Lok Sabha Elections Process Essay in Assamese | লোকসভা নিৰ্বাচন প্ৰক্ৰিয়া
মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান | Assamese Essay Science in everyday life | 2022-23 | অসমীয়া ...
Science in daily life assamese / Bigyanor obodan essay / বিজ্ঞানৰ অৱদান / দৈনন্দিন জীৱনত বিজ্ঞানMor priyo granthahttps://youtu.be ...
দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ৰচনা | Science in Everyday Life Essay in Assamese. Leave a Comment Cancel Reply. You must be logged in to post a comment. Recent Posts. এখন চিঠি | Chapter 16 | Class 11 Assamese (MIL) - AHSEC;
Science in Everyday Life Essay in Assamese | দৈনন্দিন জীৱনত বিজ্ঞান | Essay on Science in AssameseYour Queries:-Science in Everyday Life Essay in Assamese ...
Assamese Essay | অসমীয়া ৰচনা, Students of Class 6 to 12 and Assam TET and Competitive Examination can go through these Essay in Assamese. ... NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more. ... Quotes on Life (7 ...
Essay on Science in Assamese | বিজ্ঞানৰ অৱদানৰ ৰচনা | Science and Technology Essay in AssameseYour Queries:-Essay on Science in Assamese ...
অসমীয়া ৰচনা Assamese Essay; 1. মই ভালপোৱা এখন গ্ৰন্থ ৷ ৷ My Favorite Book2. ... Science in Everyday Life Essay in Assamese - click here. 32. ... General Science Questions & Answers in Assamese for Competitive Exams July 5, 2024; English Grammar MOCK Test Part- 10 ( Preposition ...
It offers a unique experience coveted by many city dwellers. Village life in Assam imparts valuable lessons about the significance of simplicity, community, and a profound connection with nature. It's a place where the heart finds tranquility, and the soul discovers a true sense of belonging. You May Like: Science in Everyday Life Essay
Essay on Science in Everyday Life: 250 Words. Science plays an important part in our daily life. The first thing that cheers us in the morning every day is tea, and it is science that has given us this stimulating drink. Then comes the newspaper to satisfy our hunger for information, and it is also a product of science. The items of news are ...
মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান | Assamese Essay writing Science in everyday life 2022-23 | অসমীয়া ৰচনা @PolakhChangmai Assamese ...
Essay on Mobile Phones; Science in Everyday Life Essay; The Bihu Essay; Mahatma Gandhi Essay; Born in 1449 in what is now Assam, India, his life was characterized by a profound spiritual journey, artistic brilliance, and a strong commitment to fostering social and religious change. Birth and Parentage:
Assamese English Social Science Science Mathematics Education Anthropology Economics Geography History Hindi Political Science Philosophy Sociology Sanskrit Home Assamese Essay দৈনন্দিন জীৱনৰ বিজ্ঞানৰ প্ৰভাৱ অসমীয়া ৰচনা | The Impact of Science on Everyday life Assamese ...
মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান - Science in everyday life Assamese Essay For SECRET, SEBA and AHSEC Medium Students. Here You can Find your Essay topic ...
500 Words Essay On Science in Everyday Life. Science is a big blessing to humanity. Furthermore, science, in spite of some of its negativities, makes lives better for people by removing ignorance, suffering and hardship. Let us take a look at the impact of science in our lives with this essay on science in everyday life.
Write a short essay. 150. −. 200. words science in everyday life. Science has influenced each and every aspect of man's life. Wonders of science are uncountable. Machines and gadgets invented and made with the help of science are ubiquitous. There is not a single moment in man's life that is without machines and gadgets.
IMAGES
COMMENTS
In 1958, the brand partnered the New York Yacht Club, creator of the legendary America's Cup. Rolex then formed partnerships with several prestigious yacht clubs around the world and became associated with major nautical events - offshore races and coastal regattas. These strong ties culminated in 1992 with the launch of the Yacht-Master.
Discover the Oyster Perpetual 34 watch in Oystersteel on the Official Rolex Website. Model:m124200-0001 ... GMT-Master II; Oyster Perpetual; Sea-Dweller; Deepsea; Sky-Dweller; Submariner; Yacht-Master; 1908; Watchmaking. At the core of excellence; Behind the seal; Rolex anatomy; Rolex and sports. Tennis; Golf; Yachting; Motor sport; Equestrianism;
With the exception of purpose-built tool watches like the Yacht-Master II and Deepsea, most Rolex models are reasonably thin, but it is still important to keep this dimension in mind when searching for the right model for your wrist. ... 34mm. Oyster Perpetual - 28mm; 31mm; 34mm; 36mm; 41mm. Sky-Dweller - 42mm. Day-Date - 36mm; 40mm. Lady ...
The Rolex Yacht-Master II features one of the brand's most complicated in-house movements to date — the self-winding mechanical chronograph, caliber 4160/4161. This movement boasts high-tech features like a countdown timer with both flyback and fly-forward functionality and a mechanical memory with on-the-fly chronograph synchronization ...
Rolex Yacht-Master II 116680: 44mm, 51mm Lug-to-Lug; Rolex Yacht-Master 16622: 40mm, 47.1mm Lug-to-lug; ... Rolex Oyster Perpetual 114200: 34mm, 41.7mm Lug-to-lug; Rolex Oyster Perpetual 116000: 36mm, 44.1mm Lug-to-lug; Rolex Oyster Perpetual 114300: 39mm, 47.5mm Lug-to-lug;
Discover the elegance of a pre-owned Rolex Yacht Master. Sleek design and seamless operation define this style staple. Explore restored options. E-Mail Us Live Chat 305.865.0999. Spanish Russian ... Rolex Yacht-Master 34mm 168623 . This Rolex watch is essential for captains, sailors and those who engage in all nautical endeavors alike. ...
Yacht-Master 37. Oyster, 37 mm, Oystersteel and Everose gold. Yacht-Master 40. Oyster, 40 mm, Oystersteel and Everose gold. Reset
Fine Pre-owned Rolex Watch. Certified preowned Rolex Yacht-Master 168623 watch is made out of Stainless steel on a 18k & Stainless Steel bracelet with a 18k & Stainless Steel Fliplock buckle. This Rolex watch has a 34 mm case with a Round caseback and Gold Luminescent dial. It is Gray and Sons Certified Authentic and comes backed by our 24 ...
The Yacht-Master has been sharing the stage with other popular Rolex models like the Submariner and Sea-Dweller since 1992. But unlike its deep-diving brethren, the Yacht-Master is the premier timepiece for skippers. Thanks to a wide range of available case sizes - from 37 to 42 mm - the Rolex Yacht-Master is a perfect fit for most wrists.
Rolex has been manufacturing watches with 34mm case diameters for the majority of their long and distinguished history; however, these "mid-size" models such as the Date and Air-King often get overlooked due to the multitude of options that exist in the more standard, 36mm Rolex Oyster Perpetual case size. However, Rolex has manufactured a number of excellent watches - both vintage and ...
**Bank wire only at this price** Ref 168623. Fine Pre-owned Rolex Watch. Certified preowned Sport Rolex Yacht-Master 168623 watch is made out of Gold and steel on a 18k & Stainless Steel bracelet with a 18k & Stainless Steel Fliplock buckle. This Rolex watch has a 34 x 34 mm case with a Round caseback and Tahitian Mother of Pearl Stick-Dot dial.
New 2021 Full Set Rolex Yacht-Master 268655 Rose Gold Black Dial Men's Watch $ 26,995. Free shipping. US. Promoted. Rolex Yacht-Master 37. 268655 37mm Rose Gold Oysterflex Unworn 2023 $ 26,245 + $100 for shipping. US. Rolex Yacht-Master 37. 37mm Roségold - 268655 $ 23,051 + $400 for shipping. DE.
Posts: 1,382. Buying a 37mm Yacht Master without having tried one on... I've seen quite a few pictures of the 268622 YM with Rhodium dial. Plenty of on-wrist photos from women, and a few from men. I think it looks great. I love the size of my 36mm Day Date and generally don't enjoy wearing big watches.
Like all Rolex Professional watches, the Yacht-Master 37 offers exceptional legibility in all circumstances, and especially in the dark, thanks to its Chromalight display. The broad hands and hour markers in simple shapes - triangles, circles, rectangles - are filled with a luminescent material emitting a long-lasting glow.
Rolex General Discussion ROLEX ROLEX ROLEX ROLEX ROLEX ROLEX ROLEX ... I tried to fit the 16623 Yacht-Master 40mm and was to big for my wrist and I tried the 168623 Yacht-Master 35mm looks good coz I do have a small wrist. I ordered one last weekand expecting this end of te month. ... or 'Who the heck wears a 34mm Air King anymore?' or 'My wife ...
The Rolex Yacht-Master made its debut in 1992, designed specifically for sailors and yachting enthusiasts. With its unique features and striking appearance, the Yacht-Master quick
New Rolex Yacht-Master II White Dial Oystersteel Men's Luxury Watch 116680. 5.0 out of 5 stars 1. ... Yacht-Master II Automatic White Dial Men's 18kt Yellow Gold Oyster Watch 116688-0002. ... 30mm to 34mm; 35mm to 39mm; 40mm to 44mm; 45mm to 49mm; 50mm & Over; Watch Case Shape. Round; Watch Display. Analog;
The Yacht-Master 40 and Yacht-Master 42 are equipped with calibre 3235. Entirely developed and manufactured by Rolex, this self-winding mechanical movement is particularly precise and reliable. Carrying a number of patents, our calibre 3235 is fitted with the Parachrom hairspring and the Chronergy escapement, both of which are resistant to ...
catamaran; gulet; motorboat; powerboat; riverboat; sailboat; trimaran; yacht; yacht. rolex yachtmaster sizes. Share on Facebook Share on Twitter. 426. IMAGES
Search rolex yacht-master 40 platinum with Google Maps. CustomLuxuryWatches.com uses Google Maps to help you find panerai luminor due, rolex explorer 39mm, affordable mechanical watches, panerai ferrari gold, tag heuer caliber 7 twin time, luxury watches online, international watch company, rolex yacht-master 40 platinum or just about anything in your neighbourhood.
The Oyster bracelet Alchemy of form and function. The Yacht-Master 42, made from RLX titanium, is fitted on an Oyster bracelet. Developed at the end of the 1930s, this three-piece link bracelet remains the most universal in the Oyster Perpetual collection and is known for its robustness.
ROLEX BOUTIQUE TSUM - Official Rolex Retailer. Discover the experience of buying a Rolex at our store in Petrovka ul. 2 125009 Moscow Russia. ... GMT-Master II; Oyster Perpetual; Sea-Dweller; Deepsea; Sky-Dweller; Submariner; Yacht-Master; 1908; Watchmaking. At the core of excellence; Behind the seal; Rolex anatomy; Rolex and sports ...